বন্ধুৱে হত্যা কৰিলে বন্ধুক…

- পুনৰ এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল বঙাইগাওঁ।
- বঙাইগাঁৱৰ খগৰপুৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।
- এজন যুৱকে হত্যা কৰিলে নিজ বন্ধুক।
- মুকুন্দ সূত্রধৰ নামৰ যুৱকজনে সংঘটিত কৰিছে এই ঘটনা।
- মুকুন্দই ডেগাৰেৰে আক্রমণ কৰে তেওঁৰে বন্ধু অজিত নাথক।
- বৰ্তমানলৈ জানিব পৰা নাই হত্যাকাণ্ডৰ কাৰণ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/PdkWrLT
via IFTTT
Comments
Post a Comment