ভট্টদেৱ বিশ্ববিদ্যালয়ত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান…

- ভট্টদেৱ বিশ্ববিদ্যালয়ত পুনৰ দুৰ্নীতি নিবাৰক শাখাই চলালে অভিযান।
- দুঘণ্টা ধৰি বিশ্ববিদ্যালয়খনত অব্যাহত আছে এই অভিযান।
- বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা জব্দ কৰিছি বিভিন্ন নথিপত্ৰ।
- ৬ আগষ্টত গ্রেপ্তাৰ হৈছিল বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰক।
- ঠিকাদাৰৰ পৰা উৎকোচ লৈ গ্রেপ্তাৰ হৈছিল গুৰু প্রসাদ খাটনিয়াৰ।
- খাটনিয়াৰক গুৱাহাটীত গ্রেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lT95Yk1
via IFTTT
Comments
Post a Comment