চাপৰৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল এজনৰ…

  • চাপৰৰ মোৱাটাৰিস্থিত ১৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
  • দুৰ্ঘটনাত পতিত UP 65 BF 7034 নম্বৰৰ চাৰিচকীয়া বাহন।
  • থিতাতে নিহত বাহনখনৰ চালকজন।
  • নিহত চালকজন বিহাৰৰ অজিত কুমাৰ


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8xFf2HX
via IFTTT

Comments