বিশ্বনাথৰ খেৰবাৰীত নৈত গা ধুবলৈ গৈ কিশোৰৰ সলিলসমাধি…

- বিশ্বনাথৰ খেৰবাৰীত কিশোৰৰ সলিলসমাধি।
- নৈত গা ধুবলৈ গৈ কৰুণ মৃত্যু কিশোৰটিৰ।
- স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে কিশোৰটিৰ মৃতদেহ।
- মৃত ১২ বছৰীয়া কিশোৰটিৰ নাম কৃষ্ণ কমাৰ।
The post বিশ্বনাথৰ খেৰবাৰীত নৈত গা ধুবলৈ গৈ কিশোৰৰ সলিলসমাধি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KPXpJ4
via IFTTT
Comments
Post a Comment