অপ্ৰতিৰুদ্ধ হিট মেন ৰোহিত! ২০১৯ৰ বিশ্বকাপত চতুৰ্থটো শতক

- বিশ্বকাপ ক্ৰিকেটত অপ্ৰতিৰুদ্ধ ৰোহিত শৰ্মা।
- চলিত বিশ্বকাপত চতুৰ্থটো শতক অৰ্জন ৰোহিত শৰ্মাৰ।
- বাংলাদেশৰ বিৰুদ্ধে মঙলবাৰে পুনৰ শতক।
- ৰোহিত শৰ্মাই ৯০ বলত সংগ্ৰহ কৰিছে ১০০ ৰান।
- বৰ্তমান ভাৰতৰ ২৯ অভাৰত ১৭৬ ৰান।
- ৰোহিত শৰ্মাৰ সৈতে ক্ৰীজত আছে কে এল ৰাহুল।
- ৰাহুলে সংগ্ৰহ কৰিছে ৭১ ৰান।
- আৰম্ভণিতে বাংলাদেশৰ খেলুৱৈয়ে পেলালে ৰোহিত শৰ্মাৰ কেচ।
- তাৰ পিছতে আক্ৰমণাত্মক হৈ পৰে ৰোহিত শৰ্মা।
- ইয়াৰ পূৰ্বে ৰোহিত শৰ্মাই দক্ষিণ আফ্ৰিকা, পাকিস্তান আৰু ইংলেণ্ডৰ বিৰুদ্ধে অৰ্জন কৰিছিল শতক।
- ইংলেণ্ডৰ বিৰুদ্ধে ১০২ ৰান সংগ্ৰহ কৰিছিল ৰোহিত শৰ্মাই।
- দক্ষিণ আফ্ৰিকাৰ বিৰু্দ্ধে ১২২ ৰান সংগ্ৰহ কৰিছিল ৰোহিতে।
- পাকিস্তানৰ বিৰুদ্ধে ৰোহিতে সংগ্ৰহ কৰিছিল ১৪০ ৰান।
The post অপ্ৰতিৰুদ্ধ হিট মেন ৰোহিত! ২০১৯ৰ বিশ্বকাপত চতুৰ্থটো শতক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RNQCzV
via IFTTT
Comments
Post a Comment