বিশ্বৰ ভিতৰতে সৰ্বাধিক ধুমপান কৰা দেশখন…

ডিজিটেল ডেস্কঃ সকলো ক্ষেত্ৰতে যেন আগত চীন! প্ৰযুক্তিৰ ক্ষেত্ৰতেই হওক বা অন্য কোনো ক্ষেত্ৰ। শেহতীয়াকৈ প্ৰকাশ পাইছে যে বিশ্বৰ ভিতৰতে সৰ্বাধিক ধুমপান কৰা লোক আছে চীনত। চীনত প্ৰায় ৩৫ কোটি লোকে কৰে ধুমপান আৰু এই সংখ্যা হৈছে বিশ্বৰ ভিতৰতে সৰ্বাধিক। কিছুদিনৰ পূৰ্বে ভাৰত-চীনৰ প্ৰতিনিধি সকলৰ মাজত অনুষ্ঠিত হোৱা এক বৈঠকত পোহৰলৈ আহিছে এই তথ্য।

The post বিশ্বৰ ভিতৰতে সৰ্বাধিক ধুমপান কৰা দেশখন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YxZv36
via IFTTT

Comments