এবছৰ পূৰ্বে চোৰাং গৰু চালান কৰিবলৈ গৈ আৰক্ষীক আক্ৰমণ কৰা ৩জন লোকক গ্ৰেপ্তাৰ

  • হাটশিঙিমাৰীৰ সুখচৰত গ্ৰেপ্তাৰ ৩ গৰু ব্যৱসায়ী।
  • ব্যৱসায়ীকেইজন হৈছে সহিদূৰ ৰহমান, ছানোৱাৰ খান আৰু বক্তজামান শেখ।
  • প্ৰায় এবছৰ পূৰ্বে লোককেইজনে গৰু চালান কৰিবলৈ গৈ আৰক্ষীক আক্ৰমণ কৰিছিল।
  • এই আক্ৰমণত এজন গৃহৰক্ষী জোৱান মূৰত আঘাটপ্ৰাপ্ত হৈছিল।
  • তাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল তিনিওজন লোকে।
  • পূৰ্বেও ঘটনাৰ লগত জড়িত আন কেবাজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
  • লোককেইজনক আৰক্ষীয়ে মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰিছে।

The post এবছৰ পূৰ্বে চোৰাং গৰু চালান কৰিবলৈ গৈ আৰক্ষীক আক্ৰমণ কৰা ৩জন লোকক গ্ৰেপ্তাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2J2glln
via IFTTT

Comments