বিহাৰত একিউট এনকেফেলাইটিছ চিণ্ড্ৰমত নিহত শিশুৰ সংখ্যা ১৩৭লৈ বৃদ্ধি…

- বিহাৰত অব্যাহত আছে একিউট এনকেফেলাইটিছ চিণ্ড্ৰমৰ সন্ত্ৰাস।
- মুজাফ্ফৰত বৃদ্ধি পাইছে শিশু মৃত্যুৰ সংখ্যা।
- বুধবাৰে পুৱা পৰ্যন্ত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১৩৭ টি শিশুৰ।
- এছকেএমচিএইছত চিকিৎসাধীন হৈ আছে প্ৰায় ডেৰশতাধিক আক্ৰান্ত শিশু।
- মাৰাত্মক ৰোগৰ চিকিৎসাৰ ঠায়ে ঠায়ে স্থাপন কৰা হৈছে ভ্ৰাম্যমাণ আইচিইউ।
- দিল্লীৰ পৰা চিকিৎসা বিশেষজ্ঞৰ দলেও আহি মুজাফ্ফৰপুৰত অব্যাহত ৰাখিছে চিকিৎসা।
The post বিহাৰত একিউট এনকেফেলাইটিছ চিণ্ড্ৰমত নিহত শিশুৰ সংখ্যা ১৩৭লৈ বৃদ্ধি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2LzP3Vt
via IFTTT
Comments
Post a Comment