ভাল খবৰ, গুৱাহাটী আৰু বাংলাদেশৰ মাজত আৰম্ভ বিমান সেৱা …

  • সোমবাৰৰে পৰা আৰম্ভ হ’ব গুৱাহাটী আৰু বাংলাদেশৰ মাজত বিমান সেৱা।
  • গুৱাহাটী- ঢাকা সংযোগী প্ৰথমখন বিমানৰ যাত্ৰাৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিআইপি পাৰ্কিং এলেকাত অনুষ্ঠিত হ’ব এই শুভাৰম্ভণি অনুষ্ঠান।
  • মুখ্যমন্ত্ৰীৰ লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী সিদ্ধান্ত ভট্টাচাৰ্য, ভৱেশ কলিতাকে ধৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা।
  • গুৱাহাটীৰ পৰা পুৱা ১১.৫৫ বজাত ঢাকালৈ ৰাওনা হ’ব বিমান।
  • আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ আঁচনিৰ অধীনত এই সেৱা আৰম্ভ কৰা হ’ব।

The post ভাল খবৰ, গুৱাহাটী আৰু বাংলাদেশৰ মাজত আৰম্ভ বিমান সেৱা … appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YkXAyW
via IFTTT

Comments