জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ৬ মাহলৈ বৃদ্ধিৰ প্ৰস্তাৱ গৃহমন্ত্ৰী অমিত শ্বাহৰ

- জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ৬ মাহলৈ বৃদ্ধিৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।
- ৰাজ্যসভাত সোমবাৰে এই প্ৰস্তাৱ উত্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
- ২ জুলাইত অন্ত পৰিব জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ।
- তাৰ পিছতে পুনৰ ৬ মাহলৈ এই ম্যাদ বৃদ্ধিৰ প্ৰস্তাৱ।
- অইন কেইবাটাও দলেও সমৰ্থন জনাইছে অমিত শ্বাহৰ প্ৰস্তাৱত।
- উল্লেখ্য যে, জম্মু-কাশ্মীৰত মেহবুবা মুফতীৰ চৰকাৰ ভংগৰ পাছতে জাৰি কৰা হৈছিল ৰাষ্ট্ৰপতিৰ শাসন।
The post জম্মু-কাশ্মীৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ৬ মাহলৈ বৃদ্ধিৰ প্ৰস্তাৱ গৃহমন্ত্ৰী অমিত শ্বাহৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XkgF89
via IFTTT
Comments
Post a Comment