কে এল ৰাহুলৰো অৰ্ধশতক…

- ৰোহিত শৰ্মাৰ পিছত কে এল ৰাহুলৰো অৰ্ধশতক।
- ৫৭ বলত অৰ্ধশতক অৰ্জন খেলুৱৈগৰাকীৰ।
- এতিয়াও বেট ধৰি আছে কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই।
- ইফালে ৰোহিত শৰ্মাইয়ো অৰ্জন কৰিলে অৰ্ধশতক।
- ১৮.২ অভাৰত ১১১ ৰান ভাৰতৰ।
- এতিয়ালৈকে এটাও উইকেট পতন হোৱা নাই ভাৰতৰ।
- বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ সুন্দৰ আৰম্ভণি।
The post কে এল ৰাহুলৰো অৰ্ধশতক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xzBUDH
via IFTTT
Comments
Post a Comment