মহাৰাষ্ট্ৰৰ ৰত্নগিৰিত বানত সন্ধানহীন কমেও ২৪ জন, ৬ জনৰ মৃতদেহ উদ্ধাৰ

- মহাৰাষ্ট্ৰৰ ৰত্নগিৰিৰ তিৱাৰে নদীবান্ধ খহি প্ৰলয়ৰ সৃষ্টি।
- নদীবান্ধটো খহাৰ ফলত বানত উটি গ’ল ১২ টা গৃহ।
- সন্ধানহীন হৈ আছে ২২-২৪ জন লোক।
- ইফালে বুধবাৰে পুৱা সামৰিক বাহিনীয়ে উদ্ধাৰ কৰে ৬ জনৰ মৃতদেহ।
- ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
The post মহাৰাষ্ট্ৰৰ ৰত্নগিৰিত বানত সন্ধানহীন কমেও ২৪ জন, ৬ জনৰ মৃতদেহ উদ্ধাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/325sFcj
via IFTTT
Comments
Post a Comment