বৰষুণৰ পিছত খহি পৰিল পকী ৱাল, ২৩ জনৰ মৃত্যু

- পকী ৱাল খহি মহাৰাষ্ট্ৰৰ মালাড ইষ্টত ২৩ জনৰ মৃত্যু।
- মালাড ইষ্টৰ পিম্পৰৱাড়াত সংঘটিত হয় এই অঘটন।
- প্ৰচণ্ড বৰ্ষাপাতৰ পিছতে খহি পৰে পকী ৱালখন।
- ফলত কমেও ২৩ জন লোকৰ প্ৰাণহানি হয় এই দুৰ্ঘটনাত।
- ইফালে ধ্বংসস্তূপত মাজত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ।
- ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ চলাই আছে উদ্ধাৰ অভিযান।
The post বৰষুণৰ পিছত খহি পৰিল পকী ৱাল, ২৩ জনৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2J5Hiov
via IFTTT
Comments
Post a Comment