টেক্সাছৰ দাল্লাছত ভূপতিত বিমান, কমেও ১০ জনৰ মৃত্যু

  • টেক্সাছৰ দাল্লাছত দুৰ্ঘটনাত পতিত এখন এয়াৰক্ৰাফ্ট।
  • দেওবাৰে পুৱা স্থানীয় সমায়নুসৰি ৯.১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
  • দুৰ্ঘটনাৰ ফলত বিমানখনৰ ভিতৰত থকা কমেও ১০ জন ব্যক্তি নিহত।
  • পুৱা দাল্লাছ বিমান বন্দৰৰ পৰা উৰা মাৰিছিল এয়াৰক্ৰাফ্ট খনে।
  • উৰা মৰাৰ ক্ষন্তেক সময় পিছতে দাল্লাছৰ পৰা ২৫ কিলোমিটাৰ নিলগত ভূপতিত হয় বিমানখন।
  • বিমানখনৰ যান্ত্ৰিক বিজুতিৰবাবে জৰুৰীকালীন অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয়।
  • ইফালে বিমান দুৰ্ঘটনাত নিহত সকলৰ পৰিচয় সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই।

The post টেক্সাছৰ দাল্লাছত ভূপতিত বিমান, কমেও ১০ জনৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FJwwST
via IFTTT

Comments