বিশিষ্ট ঔপন্যাসিকা পূৰবী বৰমুদৈ গুৰুতৰভাৱে অসুস্থ, জি এন আৰ চিৰ আই চি ইউত ভৰ্তি

  • বিশিষ্ট ঔপন্যাসিকা পূৰবী বৰমুদৈৰ স্বাস্থ্য সংকটজনক।
  • দেওবাৰে তেওঁক লৈ অহা হয় গুৱাহাটীলৈ।
  • বৰ্তমান জি এন আৰ চিত চিকিৎসাধীন হৈ আছে বিশিষ্ট ঔপন্যাসিকাগৰাকী।
  • আই চি ইউত ভৰ্তি হৈ আছে পূৰবী বৰমুদৈ।
  • যকৃতকে ধৰি অন্যান্য ৰোগত আক্ৰান্ত তেওঁ।
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বৰমুদৈ।
  • হুইল চেয়াৰেতে বহি লিখা মেলা কৰি আছিল ঔপন্যাসিকাগৰাকীয়ে।
  • পূৰবী বৰমুদৈৰ আশু আৰোগ্য কামনা বিভিন্নজনৰ।

The post বিশিষ্ট ঔপন্যাসিকা পূৰবী বৰমুদৈ গুৰুতৰভাৱে অসুস্থ, জি এন আৰ চিৰ আই চি ইউত ভৰ্তি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RQjW8Z
via IFTTT

Comments