নাহৰকটীয়াত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত ৰিপুন বৰা

  • ৰাজ্যজুৰি পঞ্চায়তৰ নিৰ্বচনী প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দলসমূহ।
  • নাহৰকটীয়াত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত।

  • প্ৰচাৰ সভাত উপস্থিত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন।
  • লগতে প্ৰচাৰ সভাত অংশ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
  • নিৰ্বাচনী সভাত ২৫জন কংগ্ৰেছী কৰ্মকৰ্তায়ো অংশগ্ৰহণ কৰে।

The post নাহৰকটীয়াত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত ৰিপুন বৰা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DSKiSS
via IFTTT

Comments