ছত্তীশগড়ত মাওবাদীৰ শিবিৰ উৎখাত আৰক্ষীৰ, আটক ৮

  • ছত্তীশগড়ৰ হিলৰীত মাওবাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • আৰক্ষীৰে সংঘৰ্ষ মাওবাদীৰ।
  • অভিযানত উৎখাত মাওবাদী শিবিৰ।
  • আৰক্ষীৰ জালত ৮ মাওবাদী।
  • দুই পক্ষৰ সংঘৰ্ষৰ ফলত হিলৰীত উত্তেজনাময় পৰিস্থিতি।

The post ছত্তীশগড়ত মাওবাদীৰ শিবিৰ উৎখাত আৰক্ষীৰ, আটক ৮ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TX0mst
via IFTTT

Comments