শুকুৰবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

- শুকুৰবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
- মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পালে ০.৩৮ টকা।
- ইফালে, ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.৪৩ টকা।
- আজি পেট্ৰ’লৰ প্ৰতিলিটাৰৰ মূল্য ৭২.৩৯ টকা।
- ডিজেলৰ প্ৰতিলিটাৰত হয়গৈ ৬৮.২৩ টকা।
The post শুকুৰবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2E4a6MN
via IFTTT
Comments
Post a Comment