আৰ্জেণ্টিনাৰ হোটেলত অনুগামীৰ চিঞৰ- ‘মোডী, মোডী, মোডী…’ চাওঁক VIDEO

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আৰ্জেণ্টিনাৰ বুয়েন’ছ আয়াৰ্ছত উপস্থিত হয়গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবৰ বাবে আৰ্জেন্টিনাত উপস্থিত প্ৰধানমন্ত্ৰী মোডী। বুয়েন’ছ আয়াৰ্ছৰ এখন হোটেলত প্ৰবাসী ভাৰতীয় সকলক সাক্ষাৎ কৰাৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীক ঘেৰি ধৰে বহু অনুগামীয়ে।
হোটেলখনত অনুগামীসকলে মোডীক লগ পাবলৈ আহি ‘মোডী, মোডী’ বুলি চিঞৰে আৰু তেওঁ অনুগামীসকলৰ সৈতে কৰমৰ্দন কৰে। চাওঁক এই ভিডিঅ’টি-
#WATCH PM Narendra Modi meets Indian community at a hotel in Buenos Aires,Argentina. PM is in Argentina for the #G20Summit pic.twitter.com/PCDm058Jsw
— ANI (@ANI) November 29, 2018
The post আৰ্জেণ্টিনাৰ হোটেলত অনুগামীৰ চিঞৰ- ‘মোডী, মোডী, মোডী…’ চাওঁক VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FPENHr
via IFTTT
Comments
Post a Comment