জাগীৰোডত কাগজ কল নিগম কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ

- জাগীৰোডত কাগজ কল নিগম কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ।
- নগাঁও কাগজ কলত ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী।
- নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবী।
- কৰ্মচাৰীৰ অনাদায় দৰমহা আদায় কৰাৰো দাবী প্ৰতিবাদকাৰীৰ।
- চৰকাৰে কৰ্মচাৰীৰ দাবী মানি ন’ললে মধ্য অসম বন্ধ দিয়াৰ হুংকাৰ।
- ইফালে আত্মজাহৰ হুংকাৰো দিয়ে প্ৰতিবাদকাৰীসকলে।
The post জাগীৰোডত কাগজ কল নিগম কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KK5coT
via IFTTT
Comments
Post a Comment