উজান বজাৰত স্থানীয় ৰাইজৰ প্ৰতিবাদ

- মহানগৰীৰ উজানবজাৰত প্ৰতিবাদ।
- চি পি আই (এম) আৰু এছ এফ আইৰ উদ্যোগত স্থানীয় ৰাইজৰ এই প্ৰতিবাদ।
- উজানবজাৰত পুৰণি ৰে’লৱে কলনীত বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ চলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ।
- এই উচ্ছেদ কাৰ্য বন্ধ ৰখাৰ দাবী।
- উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল বাহিৰ।
The post উজান বজাৰত স্থানীয় ৰাইজৰ প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2AzekYG
via IFTTT
Comments
Post a Comment