মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’ মিষ্টাৰ এছিয়া ২০১৮ খিতাপ দখল অসম সন্তান গোলাপ ৰাভাৰ

- গুৱাহাটীত উপস্থিত শৰীৰ চৰ্চাবিদ গোলাপ ৰাভা।
- মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’ মিষ্টাৰ এছিয়া ২০১৮ খিতাপ দখল কৰি গুৱাহাটীত উপস্থিত অসম সন্তানগৰাকী।
- থাইলেণ্ডত অনুষ্ঠিত শৰীৰ চৰ্চা প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ গোলাপ ৰাভাৰ।
- বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে শৰীৰ চৰ্চাবিদগৰাকীক উষ্ম আদৰণি জনালে বহুজনে।
The post মিষ্টাৰ ইউনিভাৰ্ছ আৰু প্ৰ’ মিষ্টাৰ এছিয়া ২০১৮ খিতাপ দখল অসম সন্তান গোলাপ ৰাভাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2AylJrb
via IFTTT
Comments
Post a Comment