সুখবৰঃ হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য

  • হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য ।
  • ৰাজসাহাৰ্য্যকৃত চিলিণ্ডাৰৰ ৬.৫২ টকা হ্ৰাস ।
  • আনহাতে ৰাজসাহাৰ্য্য বিহীন চিলিণ্ডাৰৰ মূল্য ১৩৩ টকা হ্ৰাস ।
  • আই অ চি এলে বৃহস্পতিবাৰে বিয়লি কৰিলে এই ঘোষণা ।

The post সুখবৰঃ হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Pc42Tp
via IFTTT

Comments