গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জোঁৰ সমদল

  • গোলাঘাটৰ খুমটাই শাঁওতলীত জোঁৰ সমদল।
  • নাগৰিক সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা।
  • অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগ।
  • সংগঠনটোৰ গোলাঘাট শাখা আৰু শাঁওতলী উপ-শাখাৰ এই প্ৰতিবাদ।
  • শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবী।
  • চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান আৰু চাহ জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবী।
  • শীঘ্ৰে চৰকাৰক ব্যৱস্থা লোৱাৰ দাবী প্ৰতিবাদকাৰীৰ।

The post গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জোঁৰ সমদল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TX3m8g
via IFTTT

Comments