সিদ্ধিবিনায়ক মন্দিৰত আশীষ বিচাৰি পূজা-অৰ্চনা ৰণবীৰ-দীপিকাৰ

  • শুকুৰবাৰে মুম্বাইত উপস্থিত হয় নৱ-দাম্পত্য ৰণবীৰ সিং আৰু দীপিকা পাডুকন।
  • মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত দুয়ো।
  • নেদেখাজনৰ আগত হাতযোৰ কৰি প্ৰাৰ্থনা দাম্পত্য হালৰ।
  • দুয়োকে চাবলৈ ভিৰ অসংখ্য অনুগামীৰ।

The post সিদ্ধিবিনায়ক মন্দিৰত আশীষ বিচাৰি পূজা-অৰ্চনা ৰণবীৰ-দীপিকাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ro8uR6
via IFTTT

Comments