ছুকমাত আইইডি বিস্ফোৰণ, VIDEO

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ছত্তীশগড়ৰ ছুকমাত সংঘটিত হয় আইইডি বিস্ফোৰণ। চিআৰপিএফে ছুকমাত লুকাই থকা মাওবাদীৰ তিনিটা পুতলাৰ এটা উদ্ধাৰ কৰা সময়তে সংঘটিত হয় এই বিস্ফোৰণ। ইফালে, এই বিস্ফোৰণত কোনো জোৱান হতাহতি হোৱাৰ খবৰ পোৱা নাই। চাওঁক সেই বিস্ফোৰণৰ ভিডিঅ’-

The post ছুকমাত আইইডি বিস্ফোৰণ, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q2bupN
via IFTTT

Comments