ৰাজধানী চহৰত ৰাইজৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে এজনে

ডিজিটেল ডেস্কঃ এইবাৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হ’ল ৰাজধানী চহৰ দিল্লীত। শুকুৰবাৰে দিল্লীৰ অমন বিহাৰত এজন যুৱকক চোৰ বুলি সন্দেহ কৰি স্থানীয় ৰাইজে মৰিয়াই মৰিয়াই হত্যা কৰে। যুৱকজনক ৰাইজে উপৰ্যুপৰি কৰা প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ইফালে, যুৱকজনক এই ঘটনাৰ পাছত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত যুৱকজনৰ নাম ৰাজেশ বুলি জানিব পৰা গৈছে।
The post ৰাজধানী চহৰত ৰাইজৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে এজনে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2AM51Vx
via IFTTT
Comments
Post a Comment