ভয়াৱহ প্ৰদূষণৰ কৱলত দিল্লী

- ভয়াৱহ প্ৰদূষণৰ কৱলত দেশৰ ৰাজধানী চহৰ দিল্লী।
- ঘন কুঁৱলী সদৃশ পৰিৱেশে ছানি ধৰিছে দিল্লীৰ চৌপাশ।
- পুৱাৰ ভাগতে দিল্লীত বিৰাজ কৰিছে এই পৰিৱেশ।

- এনে এক পৰিৱেশত এতিয়া বসবাসৰ অনুপযোগী হৈ পৰিছে দিল্লী চহৰ।
- সেয়েহে নাগৰিকসকলে মুখত মাস্ক লগাই প্ৰাতঃভ্ৰমণলৈ ওলাই আহিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে।
- দিল্লীৰ ৰাজপথ অঞ্চলত পুৱা বিৰাজ কৰে এই পৰিৱেশ।

- ইফালে এই স্থানৰ লগতে আন বহু অঞ্চলত ঘন কুঁৱলী সদৃশ পৰিৱেশে ছানি ধৰিছে।
The post ভয়াৱহ প্ৰদূষণৰ কৱলত দিল্লী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QoedsZ
via IFTTT
Comments
Post a Comment