ইমান স্পৰ্দ্ধা! ভগৎ সিঙক সন্ত্ৰাসবাদী আখ্যা বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ

  • ভগৎ সিঙক সন্ত্ৰাসবাদী আখ্যা অধ্যাপকৰ।
  • প্ৰফেছৰ এম তাজুদ্দিনে কৰিছিল এই মন্তব্য।
  • জম্মু বিশ্ববিদ্যালয়ৰ অধ্যাপক এম তাজুদ্দিন।
  • অধ্যাপকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে জম্মু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য  মনোজ কুমাৰ ধাৰে।
  • সমগ্ৰ ঘটনা তদন্তৰ বাবে গঠন কৰিব ৬ জনীয়া কমিটী।
  • এই কথা সদৰি কৰে সংবাদ মাধ্যমৰ আগত জম্মু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে।

The post ইমান স্পৰ্দ্ধা! ভগৎ সিঙক সন্ত্ৰাসবাদী আখ্যা বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TZAjRA
via IFTTT

Comments