চামগুৰিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ

- ৰাজ্যত অব্যাহত নিৰ্বাচন কেন্দ্ৰিক সংঘাত।
- পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু ৰাজনৈতিক দলসমূহ।
- ৰাজ্যৰ চৌদিশে দলসমূহে চলাইছে নিৰ্বাচনী প্ৰচাৰ।
- চামগুৰিৰ সোণাৰিবালিত বিজেপিৰ অস্থায়ী কাৰ্যালয় জ্বলাই দিলে দুৰ্বৃত্তই।
- কংগ্ৰেছ সমৰ্থকে অগ্নিসংযোগ কৰাৰ সন্দেহ।
- স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত জুই নিৰ্বাপন।
- ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষীৰ তদন্ত আৰম্ভ।
The post চামগুৰিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SfkvbA
via IFTTT
Comments
Post a Comment