ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত মাওবাদী

  • ছত্তীশগড়ত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ।
  • ছত্তীশগড় ছুকমা সীমান্তত সংঘটিত এই সংঘৰ্ষ।
  • দুই পক্ষৰ সংঘৰ্ষত নিহত এটা মাওবাদী।
  • অঞ্চলটোত বৰ্তমানেও সংঘৰ্ষ অব্যাহত আছে দুই পক্ষৰ মাজত।

The post ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত মাওবাদী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FPQFJe
via IFTTT

Comments