আৰ্জেণ্টিনাত ‘য়োগা ফৰ পিচ’ অনুষ্ঠানত মোডী

  • ১৩ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে আৰ্জেণ্টিনাত উপস্থিত আছে প্ৰধানমন্ত্ৰী মোডী।
  • শুকুৰবাৰে পুৱাই এক অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • ‘য়োগা ফৰ পিচ’ শীৰ্ষক এক অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

  • সহস্ৰাধিক লোক সমবেত হৈছে এই যোগ অনুষ্ঠানত।
  • উল্লেখ্য যে, ২ ডিচেম্বৰত স্বদেশলৈ উভতিব প্ৰধানমন্ত্ৰী মোডী।

The post আৰ্জেণ্টিনাত ‘য়োগা ফৰ পিচ’ অনুষ্ঠানত মোডী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QoIY0W
via IFTTT

Comments