অসম লোকসেৱা আয়োগৰ ২০১৮ বর্ষৰ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন ঘোষণা

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ এক জাননী যোগে প্ৰকাশ কৰিছে যে অসম লোকসেৱা আয়োগৰ ২০১৮ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা ৩০ ডিচেম্বৰ দেওবাৰ অনুষ্ঠিত হ’ব ৷ অসমৰ ৩১খন জিলাৰ সদৰত এই পৰীক্ষাৰ অনুষ্ঠিত হ’ব । উল্লেখ যে পূৰ্বতে ২৪ নৱেম্বৰ দিন ঠিক কৰিছিল যদিও প্ৰস্তুতি সম্পূৰ্ণ নোহোৱাৰ বাবে পৰীক্ষাৰ বাতিল কৰিছিল ৷ এতিয়া ৩০ ডিচেম্বৰৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে www.apsc.nic.in ৱেব চাইডৰ পৰা ১৫ ডিচেম্বৰত এডমিট প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব ।

The post অসম লোকসেৱা আয়োগৰ ২০১৮ বর্ষৰ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন ঘোষণা appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2KGOKpj
via IFTTT

Comments