কেলেংকাৰী! তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চাৰি কৰ্মচাৰীক নিলম্বন

- তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত ইউজাৰ ফাণ্ড কেলেংকাৰীৰ নতুন মূূৰ।
- কেলেংকাৰীত জড়িতৰ অভিযোগত চাৰিজন কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন৷
- কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন প্ৰকাশৰ পিছতেই এই নিৰ্দেশ।
- অধ্যক্ষ ৰাজেন্দ্ৰ কলিতাই দিলে এই নিৰ্দেশ।
- নিলম্বিত কৰ্মচাৰীকেইজন পংকজ দাস, ববী মহন্ত, ফণীভূষণ মেচ আৰু ডেভিদ ছেত্ৰী।
- ইফালে এই কেলেংকাৰীত জড়িতৰ অভিযোগত পূৰ্বে নিলম্বন কৰা হৈছিল নীলোৎপল ভূঞাক।
The post কেলেংকাৰী! তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চাৰি কৰ্মচাৰীক নিলম্বন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Rsi6KM
via IFTTT
Comments
Post a Comment