৫ দিনত ভৰি দিলে জি এন এম নাৰ্ছসকলৰ প্ৰতিবাদে

  • ৫ দিনত ভৰি দিলে জি এন এম নাৰ্ছসকলৰ প্ৰতিবাদে।
  • আজি পুনৰ প্ৰতিবাদত বহাৰ সিদ্ধান্ত।
  • বৃহস্পতিবাৰে চৰকাৰৰ সৈতে হোৱা আলোচনাত অসন্তুষ্টি প্ৰকাশ সদৌ অসম নাৰ্ছ সন্থাৰ।
  • কেইবাটাও দাবীৰে সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে নাৰ্ছসকলে।
  • স্থবিৰ হৈ পৰিছে ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ড।
  • অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে ৰোগীৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষ।
  • ষ্টাফ নাৰ্ছৰ একে পদত একেই দৰমহা, সপ্তম দৰমহা আয়োগৰ প্ৰকাশিত অাৰঅ’পিত ষ্টাফ নাৰ্ছৰ দৰমহা গাঁথনিত থকা বিসংগতি সংশোধন কৰা, ষ্টাফ নাৰ্ছৰ পদবী ঘূৰাই দিয়া আৰু ষ্টাফ নাৰ্ছৰ চাকৰি বিধি প্ৰকাশ কৰাৰ দাবীত এই প্ৰতিবাদ।

The post ৫ দিনত ভৰি দিলে জি এন এম নাৰ্ছসকলৰ প্ৰতিবাদে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KGH46x
via IFTTT

Comments