জে’লৰ কয়দীক প্ৰস্ৰাৱগাৰত ধৰ্ষণ

  • বিহাৰত সংঘটিত জঘন্য কাণ্ড।
  • সীতামাৰহী জে’লৰ কয়দীক ধৰ্ষণ।
  • অসুস্থতাৰ বাবে কয়দীজনক ১১ নবেম্বৰত নিয়া হৈছিল শ্ৰী কৃষ্ণ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ।
  • হাস্পতালখনৰ প্ৰস্ৰাৱগাৰত ১৪ নবেম্বৰৰ নিশা সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড।
  • দুজন লোকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ।
  • শেহতীয়াকৈ পোহৰলৈ আহিছে এই ঘটনা।
  • ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ।
  • আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ঘটনা সন্দৰ্ভত।

The post জে’লৰ কয়দীক প্ৰস্ৰাৱগাৰত ধৰ্ষণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RoVN8z
via IFTTT

Comments