কলিয়াবৰত সেনা আৰু আৰক্ষীৰ অভিযানত ৭.৬৫ এম এম পিষ্টলসহ আটক এজন

- নগাঁও জিলাৰ কলিয়াবৰত সেনা আৰু আৰক্ষীৰ অভিযান।
- অভিযানত আটক পিষ্টলসহ এজন যুবক।
- এখন গাড়ীৰ পৰা যুৱকজনক আটক কৰাৰ লগতে জব্দ কৰা হয় এটা ৭.৬৫ এম এম পিষ্টল।
- ধৃত লোকজনৰ নাম আব্দুল ইছলাম ওৰফে এবাদুল।
The post কলিয়াবৰত সেনা আৰু আৰক্ষীৰ অভিযানত ৭.৬৫ এম এম পিষ্টলসহ আটক এজন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DNKnaB
via IFTTT
Comments
Post a Comment