বাক্সাৰ মাধপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩

- বাক্সাৰ মাধপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
- দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ৩জন লোকে।
- দুগৰাকী মহিলা আৰু এজন পুৰুষক দ্ৰুতবেগী বাহনে মহতিয়াই নিয়াৰ ফলতে দুৰ্ঘটনা।
- থিতাতে প্ৰাণ হেৰুৱাই তিনিওগৰাকীয়ে।
- নিহতসকল মনোমতী কলিতা, পাৰুল কলিতা আৰু চাহেবুদ্দিন আহমেদ।
- দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনসহ চালকৰ পলায়ন।
- মহিলা দুগৰাকীয়ে প্ৰাতঃভ্ৰমণলৈ আহোতে এই দুৰ্ঘটনা সংঘটিত হয়।
- ইফালে নিহত চাহেবুদ্দিন আহমেদ নামৰ লোকজনে গৰু এৰাল দিবলৈ যোৱাৰ পথত এই দুৰ্ঘটনা।
The post বাক্সাৰ মাধপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2P9vGk0
via IFTTT
Comments
Post a Comment