পঞ্চায়ত নিৰ্বাচন উপলক্ষে ৫ ডিচেম্বৰ স্থানীয় বন্ধৰ ঘোষণা প্ৰশাসনৰ
ডিজিটেল ডেস্কঃ ৫ ডিচেম্বৰ পঞ্চায়ত নিৰ্বাচন উপলক্ষে প্ৰশাসনে স্থানীয় বন্ধৰ ঘোষণা কৰিছে৷ পঞ্চায়ত নিৰ্বাচন হ’ব লগা জিলাসমূহৰ সকলো চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান বন্ধ থাকিব উক্ত দিনটোত। পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে এই বন্ধ প্ৰশাসনৰ ধাৰ্য কৰিছে। উক্ত দিনা নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জিলাসমূহ হৈছে- তিনিচুকীয়া, ডিব্ৰুগৰ, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, কামৰূপ, মৰিগাঁও, কামৰূপ(ম)।
The post পঞ্চায়ত নিৰ্বাচন উপলক্ষে ৫ ডিচেম্বৰ স্থানীয় বন্ধৰ ঘোষণা প্ৰশাসনৰ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2TZDclo
via IFTTT
Comments
Post a Comment