চেন্নাইত গ্ৰেপ্তাৰ কোৰিয়াৰ নাগৰিকক, জব্দ ১১ কোটি নগদ ধনসহ ৭ কেজি সোণ

  • শুকুৰবাৰে চেন্নাইত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নগদ ধন আৰু সোণ।
  • ছেন্নাইৰ মাইলাপ’ৰৰ এখন হোটেলৰ পৰা জব্দ কৰা হয় ধন আৰু সোণখিনি।
  • প্ৰায় ১১ কোটি নগদ ধন আৰু ৭ কেজি ওজনৰ সোণ জব্দ।

  • ৰাজহ চোৰাংচোৱাৰ সঞ্চালকালয়ে জব্দ কৰে এই সমূহ ধন আৰু সোণ।
  • ইফালে গ্ৰেপ্তাৰ কৰা হয় ৫জনকৈ লোকক।
  • গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ দুজন কোৰিয়াৰ নাগৰিক।

The post চেন্নাইত গ্ৰেপ্তাৰ কোৰিয়াৰ নাগৰিকক, জব্দ ১১ কোটি নগদ ধনসহ ৭ কেজি সোণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QuU58m
via IFTTT

Comments