কাজিৰঙাত ৩ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ অবাধ বিচৰণ অব্যাহত থকাৰ মাজতে ডব্লিউ চি চি বি আৰু আৰক্ষীয়ে লাভ কৰে এক সফলতা। উদ্যানখনৰ বাগৰি ৰেঞ্জৰ পৰা গড় হত্যাৰ গোচৰত তিনিটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হয়। চোৰাং চিকাৰী কেইটাৰ পৰা এটা বন্দুকৰ লগতে চাৰি ৰাউণ্ড গুলীও জব্দ কৰা হয়।

The post কাজিৰঙাত ৩ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2JNLM4v
via IFTTT

Comments