অন্ত পৰিল শপত গ্ৰহণ অনুষ্ঠান, প্রধানমন্ত্ৰী মোডীসহ ৫৮গৰাকী মন্ত্ৰীয়ে ল’লে শপত

  • অন্ত পৰিল শপত গ্ৰহণ অনুষ্ঠান।
  • মোডীৰ লগতে মুঠ ৫৮জন মন্ত্ৰীয়ে ল’লে শপত।
  • উত্তৰ-পূবৰ পৰা দুজনক মন্ত্ৰিত্ব প্ৰদান।
  • ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ সন্মতিমৰ্মে ৰাষ্ট্ৰীয় সংগীতেৰে অন্ত পৰিল শপত গ্ৰহণ অনুষ্ঠানৰ।

The post অন্ত পৰিল শপত গ্ৰহণ অনুষ্ঠান, প্রধানমন্ত্ৰী মোডীসহ ৫৮গৰাকী মন্ত্ৰীয়ে ল’লে শপত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2W1uPp3
via IFTTT

Comments