ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী ৰূপে শ্ৰীপদ নায়কৰ শপতগ্ৰহণ

- ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী ৰূপে শ্ৰীপদ নায়কৰ শপতগ্ৰহণ।
- পূৰ্বৰ মন্ত্ৰীসভাতো তেওঁ আছিল মন্ত্ৰী।
- ১৯৯০ চনৰ পৰা ৯৫ চনলৈ গোৱা বিজেপিৰ অধ্যক্ষ আছিল তেওঁ।
- উত্তৰ গোৱাৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল তেওঁ।
The post ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী ৰূপে শ্ৰীপদ নায়কৰ শপতগ্ৰহণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HJqgM4
via IFTTT
Comments
Post a Comment