স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে শপত গ্ৰহণ হৰদ্বীপ সিং পুৰীৰ

- স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে শপত গ্ৰহণ হৰদ্বীপ সিং পুৰীৰ।
- ১৯৭৪ চনৰ আইএফএছ বিষয়া আছিল তেওঁ।
- মোডীৰ প্ৰথম কাৰ্যকালত চহৰ বিকাশ মন্ত্ৰীৰূপে দায়িত্ব পালন কৰিছিল।
- এইবাৰ অমৃতসৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে।
- ২০০৯-২০১৩লৈকে ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধি আছিল হৰদ্বীপ সিং পুৰী।
The post স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে শপত গ্ৰহণ হৰদ্বীপ সিং পুৰীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2KaDKCa
via IFTTT
Comments
Post a Comment