চতুৰ্থ স্থানত শপত লয় নীতিন জয়ৰাম গাডকাৰীয়ে

- চতুৰ্থ স্থানত শপত লয় নীতিন জয়ৰাম গাডকাৰীয়ে।
- মোডীৰ প্ৰথম কাৰ্যকালত পৰিবহণ মন্ত্ৰী আছিল নীতিন গাডকাৰী।
- ২০০৯ৰ পৰা ২০১৩ চনলৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আছিল নীতিন গাডকাৰী।
- অমিত শ্বাহৰ পাছতে কেবিনেট মন্ত্ৰীৰূপে শপত লয় গাডকাৰীয়ে।
The post চতুৰ্থ স্থানত শপত লয় নীতিন জয়ৰাম গাডকাৰীয়ে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Ww3KyI
via IFTTT
Comments
Post a Comment