আমেথিত ৰাহুলক হৰুওৱাৰ পুৰস্কাৰ, মোডীৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰূপে শপত ল’লে স্মৃতি ইৰাণীয়ে

কেবিনেট মন্ত্ৰীৰূপে শপত ল’লে স্মৃতি ইৰাণীয়ে।
মোডীৰ প্ৰথমটো কাৰ্যকালত মানৱ সম্পদ, বস্ত্ৰকে ধৰি কেইবাটাও মন্ত্ৰণালয়ৰ দায়িত্বত আছিল তেওঁ।
এইবাৰ তেওঁ আমেথিত পৰাস্ত কৰিছিল কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক।
অভিনয়, মডেলিঙৰ পৰা আহি ৰাজনীতিত ভৰি থৈছিল স্মৃতি ইৰাণীয়ে।
এসময়ত সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী আছিল তেওঁ।
আমেথিত ৪২ বছৰ পিছত গান্ধী পৰিয়ালক উৎখাত কৰিলে স্মৃতি ইৰাণীয়ে।
The post আমেথিত ৰাহুলক হৰুওৱাৰ পুৰস্কাৰ, মোডীৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰূপে শপত ল’লে স্মৃতি ইৰাণীয়ে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/30RqvfG
via IFTTT
Comments
Post a Comment