মন্দিয়াত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল ছাত্ৰীৰ…

- বাঘবৰৰ মন্দিয়াত শোকাৱহ পথ দুৰ্ঘটনা।
- ট্ৰাকৰ খুন্দাত নিহত এগৰাকী ছাত্ৰী।
- নিহত ছাত্ৰীগৰাকীৰ নাম খাদিজা খাতুন।
- চাইকেলেৰ বিদ্যালয়লৈ গৈ আছিল খাদিজা।
- খাদিজা মন্দিয়া গ্ল’ৱেল একাডেমীৰ ছাত্ৰী।
- দুৰ্ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি।
- পথ অৱৰোধ কৰে বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ।
The post মন্দিয়াত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল ছাত্ৰীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2VZuHGK
via IFTTT
Comments
Post a Comment