ৰাজ্যিক মন্ত্ৰী ৰূপে ড০ জীতেন্দ্ৰ সিঙৰ শপতগ্ৰহণ…

  • ড০ জীতেন্দ্ৰ সিঙেও শপত ললে মন্ত্ৰী ৰূপে।
  • ৰাজ্যিক মন্ত্ৰী ৰূপে শপতগ্ৰহণ তেওঁৰ।
  • পূৰ্বৰ কাৰ্যকালত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে বিজ্ঞান আৰু প্ৰয়োগৰ আৰু উত্তৰপূৰ্বাঞ্চলৰ দায়িত্বত আছিল তেওঁ।
  • জম্মু-কাশ্মীৰৰ উধমপুৰ লোকসভা সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচিত হৈছে তেওঁ।

The post ৰাজ্যিক মন্ত্ৰী ৰূপে ড০ জীতেন্দ্ৰ সিঙৰ শপতগ্ৰহণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2KcZHAx
via IFTTT

Comments