কেবিনেট মন্ত্ৰীৰূপে শপত বাক্য পাঠ ধৰ্মেন্দ্ৰ প্ৰধান, মুখতাৰ আব্বাছ নকবীৰ

  • ধৰ্মেন্দ্ৰ প্ৰধানেও কেবিনেট মন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰে।
  • পূৰ্বৰ মোডীৰ কাৰ্যকালত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে দায়িত্ব পালন কৰিছিল তেওঁ।
  • বৰ্তমান ৰাজ্যসভাৰ সাংসদ ধৰ্মেন্দ্ৰ প্ৰধান।
  • ছাত্ৰ অৱস্থাৰ পৰাই আৰ এছ এছৰ সৈতে জড়িত হৈ আছে তেওঁ।
  • মুখতাৰ আব্বাজ নকবীয়ে কেবিনেট মন্ত্ৰীৰূপে শপত লয়।
  • পূৰ্বৰ মোডী কাৰ্যকালত সংখ্যালঘু মন্ত্ৰণালয় চম্ভালিছিল তেওঁ।
  • ১৭ বছৰত বয়সতে দেশৰ জৰুৰীকালীন ঘোষণাৰ সময়ত কাৰাবাস খাটিছিল তেওঁ।
  • বিজেপিৰ সংখ্যালঘু সম্প্ৰদায়ৰ শীৰ্ষ নেতা নকবী।

The post কেবিনেট মন্ত্ৰীৰূপে শপত বাক্য পাঠ ধৰ্মেন্দ্ৰ প্ৰধান, মুখতাৰ আব্বাছ নকবীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Wvojvc
via IFTTT

Comments