কেবিনেট মন্ত্ৰীৰূপে শপত ল’লে ৰবি শংকৰ প্ৰসাদে

- মোডীৰ মন্ত্ৰীসভাত নৱম স্থানত শপত বাক্য পাঠ কৰিলে ৰবিশংকৰ প্ৰসাদে।
- এইবাৰেই প্ৰথমবাৰলৈ লোকসভালৈ নিৰ্বাচিত হৈছে ৰবিশংকৰ প্ৰসাদ।
- পাটনা চাহিব সমষ্টিত শত্ৰুঘ্ন সিনহাক পৰাস্ত কৰিছিল ৰবি শংকৰ প্ৰসাদে।
- মোডীৰ প্ৰথমটো কাৰ্যকালত আইন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী আছিল ৰবি শংকৰ প্ৰসাদ।
- বাজপেয়ী চৰকাৰৰ দিনত খনি আৰু কয়লা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আছিল তেওঁ।
The post কেবিনেট মন্ত্ৰীৰূপে শপত ল’লে ৰবি শংকৰ প্ৰসাদে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/314blE6
via IFTTT
Comments
Post a Comment